মধ্যপ্ৰদেশত অঘটন! খহি পৰিল গণেশ চতুৰ্থীৰ পেণ্ডেলৰ দেৱাল, নিহত ২ মহিলা, আহত ৪…

  • মধ্যপ্ৰদেশত অঘটন।
  • মধ্যপ্ৰদেশৰ বামুৰাকুঞ্জ গাঁৱত খহি পৰিল গণেশ চতুৰ্থীৰ পেণ্ডেলৰ দেৱাল।
  • পেণ্ডেলৰ দেৱাল খহি পৰাৰ ফলত নিহত দুগৰাকী মহিলা।
  • ইফালে, গুৰুতৰভাৱে আহত ৪জন।
  • আহত কেইজনক ভৰ্তি কৰা হৈছে হাস্পতালত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in