মৰিগাওঁৰ ১৮টা সমষ্টিত ভোটদানৰ হাৰ ৭৫ শতাংশ …

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বৃহস্পতিবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ভোট গ্ৰহণ অনুষ্ঠিত হয়
  • ৰাতিপুৱাৰে পৰা ভোটকেন্দ্ৰ সমূহত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে
  • শেহতীয়া তথ্য অনুসৰি মৰিগাওঁ জিলাৰ ১৮ টা সমষ্টিত শেহতীয়া তথ্য অনুসৰি ভোটদানৰ হাৰ ৭৫ শতাংশ ।
  • মৰিগাওঁ জিলাৰ ভোটগ্ৰহন হোৱা ১৮ টা সমষ্টিৰ ভিতৰত জামদাৰী সমষ্টি আৰু কোঁৱৰগাওঁত সৰ্বাধিক ভোটদানৰ হাৰ ৮০ শতাংশ ।
  • ইফালে সৰ্বমুঠ ৩৬ সমষ্টিত অনুষ্ঠিত হয় এই ভোটগ্ৰহন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in