পুৱাই মন্ত্ৰী ৰিহন দৈমাৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ…

পুৱাই মন্ত্ৰী ৰিহন দৈমাৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ…
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজৰ ভিৰ।
  • পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।
  • পুৱাই মন্ত্ৰী ৰিহন দৈমাৰীয়ে কৰিলে ভোটদান।
  • ওদালগুৰিৰ ৫৩৮ নং কাঁহিবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত মন্ত্ৰী ৰিহন দৈমাৰীৰ ভোটদান।
  • ৰাইজৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিলে ভোটাধিকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in