পুৱা ৯ বজা পৰ্যন্ত ক’ত কিমান শতাংশ ভোটদান…

পুৱা ৯ বজা পৰ্যন্ত ক’ত কিমান শতাংশ ভোটদান…
  • পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল ভোটদান প্ৰক্ৰিয়া।
  • প্ৰায় ২ ঘণ্টা অতিক্ৰম কৰিলে ভোটদান প্ৰক্ৰিয়াই।
  • কৰিমগঞ্জ৩ ১০ শতাংশ ভোটদান
  • ৯ বজা পৰ্যন্ত নগাঁওত ১২ শতাংশ ভোটদান।
  • ডিফুত ৯ বজা পৰ্যন্ত ৯ শতাংশ ভোটদান।
  • মঙলদৈত সৰ্বাধিক ১৪ শতাংশ ভোটদান।
  • শিলচৰত ভোটদানৰ হাৰ ৯ শতাংশ।
  • পুৱা ৯ বজা পৰ্যন্ত ৫ সমষ্টিৰ ভোটদানৰ হাৰ ১১ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in