বেয়া খবৰঃ ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃৰ অকাল বিয়োগ…

বেয়া খবৰঃ ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃৰ অকাল বিয়োগ…
  • সদ্যাপ্ৰয়াত ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃৰ অকাল বিয়োগ।
  • GMCHত শেষ নিশ্বাস ত্যাগ কৰে পৰাগ দাসে।
  • ভিটালী দাসৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ দিনাই বাথৰূমত পৰিছিল তেওঁ।
  • আন বেমাৰতো আক্ৰান্ত পৰাগ দাস তাৰ পিছতে GMCHত ভৰ্তি কৰা হৈছিল।
  • ভগ্নীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মানসিক ভাৱে ভাগি পৰিছিল তেওঁ।
  • প্ৰথমে জি এন আৰ চি আৰু তাৰপাছত জি এম চি এইচত ভৰ্তি কৰা হৈছিল তেওঁক।
  • বৰ্তমান তেওঁৰ নশ্বৰ দেহ লৈ গৈ থকা হৈছে উত্তৰ গুৱাহাটীস্থিত নিজা বাসভৱনলৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in