শেহতীয়া খবৰ
কন্যাৰ বিয়ালৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা ৰিক্সা চালক মংগল কেৱটৰ অৱশেষত পূৰণ হ’ল সপোন...  •  দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO  •  ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ...  •  ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ  •  বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই...  •  পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ'ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড...  •  উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল দ্ৰুতবেগী বাহন, নিহত ১, আহত ৫  •  বন্ধ হ’ব ভোডাফোন আইডিয়া...  •  অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰক কি কি পৰামৰ্শ দিলে উচ্চস্তৰীয় কমিটিয়ে...  •  মঙলদৈৰ নাহৰবাৰীত শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু গৰখীয়া ভোগ নিবেদন...

থানাত কিয় বীৰেন্দ্ৰ সেহৱাগৰ পত্নী…

1,990
  • ৬ জনৰ বিৰুদ্ধে বিশ্বাসঘাতকতাৰ গোচৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগৰ পত্নী আৰতী সেহৱাগৰ।
  • ৰোহিত কক্কৰ নামৰ এজন লোকৰ লগতে মুঠ ৬ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল।
  • আৰতী সেহৱাগৰ ফাৰ্ম নামত ভুৱা চহীৰে চাৰে চাৰি কোটি টকাৰ ঋণ লোৱাৰ অভিযোগ ৰোহিত কক্কৰৰ বিৰুদ্ধে।
  • দিল্লীৰ অশোক বিহাৰত ৰোহিত কক্কৰ নামৰ ব্যৱসায়ীজনৰ ফাৰ্মত পাৰ্টনাৰ হৈছিল আৰতী সেহৱাগ।
  • সেই সময়তে বিশ্বাসঘাতকাতৰে আৰতীৰ পৰা হস্তাক্ষৰ লৈ ঋণ লোৱাৰ অভিযোগ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি