বিৰাট-অনুষ্কাই কত, কেনেকৈ পালন কৰিলে প্ৰথম বিবাহ বাৰ্ষিকী VIDEO

বিৰাট-অনুষ্কাই কত, কেনেকৈ পালন কৰিলে প্ৰথম বিবাহ বাৰ্ষিকী VIDEO

ডিজিটেল ডেস্কঃ আজি এবছৰ সৰ্ম্পূণ হল। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বিৰাট-অনুষ্কাই আজিৰ দিনটোতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০১৭ চনৰ ১১ ডিচেম্বৰত কোনোধৰণৰ ঘোষণা নকৰাকৈয়ে ইটালীত পৰিয়ালৰ লোকৰ উপস্থিতত বিৰাটে বিয়া কৰাইছিল অনুষ্কাক।

চাওতে চাওতে এই বিবাহে আজি এটা বছৰ সম্পূৰ্ণ কৰিলে। খবৰ অনুসৰি, প্ৰথম বিবাহ বাৰ্ষিকী বিৰাট-অনুষ্কাই পালব কৰিব অষ্ট্ৰেলিয়াত। বিবাহ বাৰ্ষিকীৰ উপলক্ষে বিৰাটে ইনষ্টাগ্ৰামত অনুষ্কাক উদ্দ্যোশি চাৰিখন ফটোৰ সৈতে কৰিছে এটা পোষ্ট।

ইফালে এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই অনুষ্কাও। অনুষ্কাইও বিবাহ বাৰ্ষিকীৰ উপলক্ষে প্ৰস্তুত কৰি উলিওৱা এটি ভিডিঅ' ইষ্টাগ্ৰামত পোষ্ট কৰিছে। ভিডিঅ'টো-

https://www.instagram.com/p/BrPBRE7Aco6/?utm_source=ig_embed&utm_campaign=embed_video_watch_again

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in