Published on:
Updated on:
- ভৰাতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ অধিনায়ক পদ ত্যাগ।
- টি-২০ ক্ৰিকেট দলৰ অধিনায়ক পদ ত্যাগৰ কথা ঘোষণা বিৰাটৰ।
- ডুবাইত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পিচতেই বিৰাটে ত্যাগ কৰিব টি-২০ দলৰ অধিনায়কৰ পদ।
- সামাজিক মাধ্যম টুইটাৰৰ লগতে ফেচবুক, ইনষ্টাগ্ৰাম আদিত এই বিষয়ে উল্লেখ কৰিছে বিৰাটে।
- এদিনীয়া ক্ৰিকেটৰ লগতে টেষ্ট ক্ৰিকেটত মনোনিৱেশ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাটে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in