টি-২০ দলৰ অধিনায়কৰ পদ ত্যাগৰ কথা ঘোষণা বিৰাট কোহলিৰ…

টি-২০ দলৰ অধিনায়কৰ পদ ত্যাগৰ কথা ঘোষণা বিৰাট কোহলিৰ…
  • ভৰাতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ অধিনায়ক পদ ত্যাগ।
  • টি-২০ ক্ৰিকেট দলৰ অধিনায়ক পদ ত্যাগৰ কথা ঘোষণা বিৰাটৰ।
  • ডুবাইত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পিচতেই বিৰাটে ত্যাগ কৰিব টি-২০ দলৰ অধিনায়কৰ পদ।
  • সামাজিক মাধ্যম টুইটাৰৰ লগতে ফেচবুক, ইনষ্টাগ্ৰাম আদিত এই বিষয়ে উল্লেখ কৰিছে বিৰাটে।
  • এদিনীয়া ক্ৰিকেটৰ লগতে টেষ্ট ক্ৰিকেটত মনোনিৱেশ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in