শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

টি-২০ দলৰ অধিনায়কৰ পদ ত্যাগৰ কথা ঘোষণা বিৰাট কোহলিৰ…

  • ভৰাতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ অধিনায়ক পদ ত্যাগ।
  • টি-২০ ক্ৰিকেট দলৰ অধিনায়ক পদ ত্যাগৰ কথা ঘোষণা বিৰাটৰ।
  • ডুবাইত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পিচতেই বিৰাটে ত্যাগ কৰিব টি-২০ দলৰ অধিনায়কৰ পদ।
  • সামাজিক মাধ্যম টুইটাৰৰ লগতে ফেচবুক, ইনষ্টাগ্ৰাম আদিত এই বিষয়ে উল্লেখ কৰিছে বিৰাটে।
  • এদিনীয়া ক্ৰিকেটৰ লগতে টেষ্ট ক্ৰিকেটত মনোনিৱেশ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাটে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি