অসম আৰক্ষীৰ শীৰ্ষ কণিষ্ঠ ১৩ বিষয়ালৈ গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় সন্মান…

অসম আৰক্ষীৰ শীৰ্ষ কণিষ্ঠ ১৩ বিষয়ালৈ গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় সন্মান…

ডিজিটেল ডেস্কঃ কোকৰাঝাৰৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ভায়লেট বাৰুৱাক গণৰাজ্য দিৱস ২০২১ উপলক্ষে ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা বঁটা প্ৰদান কৰা হ'ব।

অন্যহাতে, ১৩ জন আৰক্ষী বিষয়াক প্ৰদান কৰা হ'ব ৰাষ্ট্ৰপতিৰ বিশেষ পাৰদৰ্শিতাৰ বঁটা । পুৰস্কাৰ প্ৰাপকসকল হৈছে-

১. মুছলেহ উদ্দীন আহমেদ, 22 এপি (আইআৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট, ধেমাজি

২. অমৃত ভূঞা, আৰক্ষী অধীক্ষক, দৰং

৩. দেৱাশীষ শৰ্মা, অধ্যক্ষ. আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়,দেৰগাওঁ, গোলাঘাট

৪. সুশান্ত বিশ্ব শৰ্মা, আৰক্ষী অধীক্ষক, গোৱালপাৰা

৫. দীপক বৰা, আৰক্ষী অধীক্ষক, গোলাঘাট

৬. ইমান উদ্দীন চৌধুৰী, উপ আৰক্ষী অধীক্ষক , কাছাৰ

৭. ডিম্ব ৰাম টেৰাং, উপ আৰক্ষী উপ-পৰিদৰ্শক, গুৱাহাটী

৮. নিৰঞ্জন দাস, সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক, কাছাৰ

৯. আনোৱাৰ হুছেইন বৰভূঞা, নায়ক , কাছাৰ

১০. পংকজ মহন্ত, কনিষ্টবল, গুৱাহাটী

১১. জীতেন্দ্ৰ কুমাৰ সিং যাদৱ, কনিষ্টৱল, গুৱাহাটী

১২. হেমেন দাস, কনিষ্টৱল, গুৱাহাটী

১৩. অনিল ৰাজৱংশী, কনিষ্টবল, কোকৰাঝাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in