টকিঅ’ অলিম্পিকঃ মহিলা মল্লযুদ্ধৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফৌগাট…

টকিঅ’ অলিম্পিকঃ মহিলা মল্লযুদ্ধৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফৌগাট…
  • ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফৌগাটৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ।
  • মহিলা ৰেছলিঙৰ ৫৩ কেজি ওজনৰ শাখাত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ফৌগাটৰ।
  • ছুইডেনৰ ছোফিয়া মেগডেলেনা মেটছনক ৭-১ পইন্টত পৰাস্ত কৰে ভাৰতীয় ৰেছলাৰ গৰাকীয়ে।
  • ৰেছলিঙত স্বৰ্ণ লাভৰ আশাৰে এনেদৰে আগবাঢ়িছে ভাৰতীয় মল্লযুঁজাৰুগৰাকী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in