শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

টকিঅ’ অলিম্পিকঃ মহিলা মল্লযুদ্ধৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফৌগাট…

  • ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফৌগাটৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ।
  • মহিলা ৰেছলিঙৰ ৫৩ কেজি ওজনৰ শাখাত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ফৌগাটৰ।
  • ছুইডেনৰ ছোফিয়া মেগডেলেনা মেটছনক ৭-১ পইন্টত পৰাস্ত কৰে ভাৰতীয় ৰেছলাৰ গৰাকীয়ে।
  • ৰেছলিঙত স্বৰ্ণ লাভৰ আশাৰে এনেদৰে আগবাঢ়িছে ভাৰতীয় মল্লযুঁজাৰুগৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি