এটা এটা দেশদ্ৰোহীক ধৰি পিছফালে বোমা ব্লাষ্ট কৰি দিমঃ বিজেপি বিধায়কৰ মন্তব্য, VIDEO

এটা এটা দেশদ্ৰোহীক ধৰি পিছফালে বোমা ব্লাষ্ট কৰি দিমঃ বিজেপি বিধায়কৰ মন্তব্য, VIDEO

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বিজেপিৰ এগৰাকী বিধায়ক সাংবাদিকে সুধিছিল- 'দেশত যিবোৰ মানুহে সুৰক্ষিত অনুভৱ নকৰে তেওঁলোকক আপুনি কি ক'ব বিচাৰে?' তেতিয়া সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ হিচাপে মুজাফাৰ নগৰত বিজেপি বিধায়ক বিক্ৰম ছৈনীয়ে কয়- 'মোৰ ব্যক্তিগত ভাৱ-ধাৰা যে যিবোৰ মানুহে নিজৰ দেশখনতেই সুৰক্ষিত নহয় বুলি ভাবে তেওঁলোক দেশদ্ৰোহী আৰু তেওঁলোকে দেশ এৰি গুচি যাব লাগে। মোক যদি মন্ত্ৰণালয় এখন গঠন কৰি দিয়ে, তেন্তে মই এই দেশদ্ৰোহীবোৰক এজন এজনকৈ ধৰি সিহতৰ পিছফালে বোমা ফুটাই দিম। এজনকো ৰেহাই দিয়া নহ'ব।' চাওঁক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in