শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ চাবলৈ লণ্ডনৰ ষ্টেডিয়ামত উপস্থিত পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়া…

225

ডিজিটেল ডেস্কঃ পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়া দেওবাৰে ক্ৰিকেট বিশ্বকাপৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেচখন চাবলৈ লণ্ডনৰ অ’ৱল মৈদানত উপস্থিত হয়। খেলখন চাবলৈ যোৱা সময়ত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মালিয়াই কয়- মই খেল চাবলৈ আহিছো।

উল্লেখ্য যে, সুৰা ব্যৱসায়ীজনৰ বিৰুদ্ধে কেইবাটাও বেংকৰ পৰা ঋণ লৈ ভাৰতৰ পৰা পলাই যোৱা সন্দৰ্ভত গোচৰ ৰুজু হৈ আছে। কিছুদিন পূৰ্বে পলাতক সুৰা ব্যৱসায়ীজনে প্ৰত্যাৰ্পণৰ বাবে লণ্ডনৰ ন্যায়ালয়ত আৱেদন কৰিছিল যদিও, এই আৱেদন খাৰিজ কৰি দিয়া হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি