ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ চাবলৈ লণ্ডনৰ ষ্টেডিয়ামত উপস্থিত পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়া…

ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ চাবলৈ লণ্ডনৰ ষ্টেডিয়ামত উপস্থিত পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়া…

ডিজিটেল ডেস্কঃ পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়া দেওবাৰে ক্ৰিকেট বিশ্বকাপৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেচখন চাবলৈ লণ্ডনৰ অ'ৱল মৈদানত উপস্থিত হয়। খেলখন চাবলৈ যোৱা সময়ত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মালিয়াই কয়- মই খেল চাবলৈ আহিছো।

উল্লেখ্য যে, সুৰা ব্যৱসায়ীজনৰ বিৰুদ্ধেকেইবাটাও বেংকৰ পৰা ঋণ লৈ ভাৰতৰ পৰা পলাই যোৱা সন্দৰ্ভত গোচৰ ৰুজু হৈ আছে। কিছুদিনপূৰ্বে পলাতক সুৰা ব্যৱসায়ীজনে প্ৰত্যাৰ্পণৰ বাবে লণ্ডনৰ ন্যায়ালয়ত আৱেদন কৰিছিল যদিও,এই আৱেদন খাৰিজ কৰি দিয়া হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in