শেহতীয়া খবৰ
নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...  •  স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ...

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গননা :  প্ৰাৰম্ভিক পৰ্যায়তে দুগুনতকৈও অধিক ভোটত আগবাঢ়িল এন.ডি.এৰ প্ৰাৰ্থী…

ডিজিটেল ডেস্ক :

  • আৰম্ভ হৈছে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গননা ।
  • সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গননা প্ৰায় ৬০০ ভোটৰ গননা সম্পূৰ্ণ হৈছে ।
  • ইয়াৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী মাৰ্গাৰেট আলভাই ৬.৩০ বজা পৰ্যন্ত ২০০ ভোট লাভ কৰাৰ বিপৰীতে এন ডি এৰ জগদ্বীপ ধংগকাৰ লাভ কৰিছে ৫১৫টা ভোট।
  • এই সময়লৈকে প্ৰায় ৩০০ কৈয়ো অধিক ভোটত আগবাঢ়ি আছে শাসকীয় নেশ্যনেল ডেমক্ৰেটিক এলায়েঞ্চৰ প্ৰাৰ্থী গৰাকী আগবাঢ়ি আছে।  
  • প্ৰাৰম্ভিক এই ছবিখনে অন্তিম ফলাফলত শাসকীয় প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ ইংগিত বহন কৰিছে।

আৰু পঢ়ক : মহিলাৰ ৪X১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ…