উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গননা :  প্ৰাৰম্ভিক পৰ্যায়তে দুগুনতকৈও অধিক ভোটত আগবাঢ়িল এন.ডি.এৰ প্ৰাৰ্থী…

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গননা :  প্ৰাৰম্ভিক পৰ্যায়তে দুগুনতকৈও অধিক ভোটত আগবাঢ়িল এন.ডি.এৰ প্ৰাৰ্থী…

ডিজিটেল ডেস্ক :

  • আৰম্ভ হৈছে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গননা ।
  • সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গননা প্ৰায় ৬০০ ভোটৰ গননা সম্পূৰ্ণ হৈছে ।
  • ইয়াৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী মাৰ্গাৰেট আলভাই ৬.৩০ বজা পৰ্যন্ত ২০০ ভোট লাভ কৰাৰ বিপৰীতে এন ডি এৰ জগদ্বীপ ধংগকাৰ লাভ কৰিছে ৫১৫টা ভোট।
  • এই সময়লৈকে প্ৰায় ৩০০ কৈয়ো অধিক ভোটত আগবাঢ়ি আছে শাসকীয় নেশ্যনেল ডেমক্ৰেটিক এলায়েঞ্চৰ প্ৰাৰ্থী গৰাকী আগবাঢ়ি আছে।  
  • প্ৰাৰম্ভিক এই ছবিখনে অন্তিম ফলাফলত শাসকীয় প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ ইংগিত বহন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in