প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জেঠমালানীৰ দেহাৱসান…

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জেঠমালানীৰ দেহাৱসান…
  • জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰী জেঠমালানীৰ শেষ নিশ্বাস ত্যাগ।
  • দেওবাৰে পুৱাই শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ।
  • তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে।
  • লগতে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in