কোৰোনাক পৰাস্ত বিগ বিৰঃ ৰিজাল্ট আহিল নিগেটিভ…

কোৰোনাক পৰাস্ত বিগ বিৰঃ ৰিজাল্ট আহিল নিগেটিভ…

ডিজিটেল ডেস্কঃ কোৰোনাক পৰাজয় কৰিলে বিগ বিয়ে। শেহতীয়াকৈ এই কথা পুত্ৰ অভিষক বচ্চনে টুইটাৰযোগে সদৰি কৰিছে। জুনিয়ৰ বচ্চনে সদৰি কৰা মতে, শেহতীয়াকৈ অমিতাভ বচ্চনৰ কোৰোনাৰ ৰিজাল্ট আহিছে নিগেটিভ। হাস্পতালৰ পৰা ইতিমধ্যে তেওঁক ঘৰলৈ আহিবলৈ দিয়া বুলিও অভিষেক বচ্চনে টুইটাৰত উল্লেখে কৰিছে। উল্লেখ্য যে, কিছুদিনৰ আগতে বিগ বি কোৰোনামুক্ত হোৱা বুলি এক ভুৱা প্ৰচাৰো হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in