শেহতীয়া খবৰ
ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

কোৰোনাক পৰাস্ত বিগ বিৰঃ ৰিজাল্ট আহিল নিগেটিভ…

133

ডিজিটেল ডেস্কঃ কোৰোনাক পৰাজয় কৰিলে বিগ বিয়ে। শেহতীয়াকৈ এই কথা পুত্ৰ অভিষক বচ্চনে টুইটাৰযোগে সদৰি কৰিছে। জুনিয়ৰ বচ্চনে সদৰি কৰা মতে, শেহতীয়াকৈ অমিতাভ বচ্চনৰ কোৰোনাৰ ৰিজাল্ট আহিছে নিগেটিভ। হাস্পতালৰ পৰা ইতিমধ্যে তেওঁক ঘৰলৈ আহিবলৈ দিয়া বুলিও অভিষেক বচ্চনে টুইটাৰত উল্লেখে কৰিছে। উল্লেখ্য যে, কিছুদিনৰ আগতে বিগ বি কোৰোনামুক্ত হোৱা বুলি এক ভুৱা প্ৰচাৰো হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি