বেয়া খবৰঃ GMCHত কোৰোনাত আক্ৰান্ত ৪গৰাকী ৰোগীৰ মৃত্যু…

বেয়া খবৰঃ GMCHত কোৰোনাত আক্ৰান্ত ৪গৰাকী ৰোগীৰ মৃত্যু…
  • অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৪গৰাকীলৈ বৃদ্ধি।
  • শুকুৰবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হৈ থকা ৪গৰাকী লোকৰ মৃত্যু হৈছে।
  • কিছুসময়ৰ পূৰ্বে এই খবৰ টুইটাৰযোগে সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মৃত লোককেইগৰাকী হৈছে- ৰাখাল দেৱ(৪২), ৰমেশ কায়স্থ(৬৮), সুখময় ভৌমিক(৭২) আৰু আৰ্চিডনিক বৰুৱা শইকীয়াক্(৭০)
  • তেওঁলোক সকলো জি এম চি এইচৰ আই টি ইউত ভৰ্তি হৈ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in