শেহতীয়া খবৰ
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...  •  মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...

বেয়া খবৰঃ GMCHত কোৰোনাত আক্ৰান্ত ৪গৰাকী ৰোগীৰ মৃত্যু…

3,515
  • অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৪গৰাকীলৈ বৃদ্ধি।
  • শুকুৰবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হৈ থকা ৪গৰাকী লোকৰ মৃত্যু হৈছে।
  • কিছুসময়ৰ পূৰ্বে এই খবৰ টুইটাৰযোগে সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মৃত লোককেইগৰাকী হৈছে- ৰাখাল দেৱ(৪২), ৰমেশ কায়স্থ(৬৮), সুখময় ভৌমিক(৭২) আৰু আৰ্চিডনিক বৰুৱা শইকীয়াক্(৭০)
  • তেওঁলোক সকলো জি এম চি এইচৰ আই টি ইউত ভৰ্তি হৈ আছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি