উন্নাৱত নিৰ্যাতিতাক হত্যাৰ চেষ্টা চলোৱা ঘটনাক গৰিহণা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৰ

উন্নাৱত নিৰ্যাতিতাক হত্যাৰ চেষ্টা চলোৱা ঘটনাক গৰিহণা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৰ
  • উন্নাওৰ নিৰ্যাতিতাক হত্যা চেষ্টা চলোৱা ঘটনাক গৰিহণা ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ।
  • 'এনে ঘটনা অতি নিন্দনীয়।'
  • 'উন্নাৱৰ ঘটনাক সমগ্ৰ সদনে নিন্দা কৰিছে।'
  • 'উত্তৰ প্ৰদেশৰ প্ৰধান সচিবে মোক ঘটনাৰ পিছত যোগাযোগ কৰিছিল।'
  • 'এই ঘটনা সংঘটিত কৰা অভিযুক্ত কেইজনক আটক কৰা বুলি মোক জনাইছে তেওঁ।'
  • 'দোষীক শীঘ্ৰে উচিত শাস্তি বিহাৰ বাবে মই আহ্বান জনাইছো।'
  • সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে নাইডুৱে।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে এগৰাকী নিৰ্যাতিতা যুৱতীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা চলাইছিল ধৰ্ষণৰ অভিযুক্তই।
  • ৰায়বৰেলীৰ আদালতলৈ ধৰ্ষণ গোচৰৰ শুনানিৰ বাবে গৈ থকাৰ সময়তে নিৰ্যাতিতাৰ ওপৰত চলাইছিল আক্ৰমণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in