৩১ মাৰ্চ শেষ সময়সীমাঃ শীঘ্ৰেই কৰ পৰিশোধ কৰক, নহ’লে জব্দ হ’ব বাহন…

৩১ মাৰ্চ শেষ সময়সীমাঃ শীঘ্ৰেই কৰ পৰিশোধ কৰক, নহ’লে জব্দ হ’ব বাহন…
  • যিকোনো মূহুৰ্তত জব্দ হ'ব পাৰে আপোনাৰ বাহন।
  • শীঘ্ৰেই ঠিক কৰক বাহনৰ নথি-পত্ৰ।
  • যান-বাহনৰ কৰ পৰিশোধ নকৰিলে বিপদত পৰিব বাহনৰ মালিক।
  • বাহনৰ নথিপত্ৰৰো যাৱতীয় কাম-কাজ শীঘ্ৰে সম্পন্ন কৰাৰ নিৰ্দেশ।
  • কৰ পৰিশোধ নকৰিলে যিকোনো মুহূৰ্তত আপোনাৰ বাহন জব্দ হ'ব।
  • নথি-পত্ৰ নবীকৰণ নকৰিলে এম্বুলেন্সো সাৰি নাযায়।
  • পাৰ্কিঙৰ পৰা জব্দ হ'ব পাৰে আপোনাৰ বাহন।
  • ঘৰৰ পাৰ্কিঙৰ পৰাও জব্দ কৰিব আপোনাৰ বাহন।
  • ৩১ মাৰ্চৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰৰ লগতে কৰ পৰিশোধৰ শেষ সময়সীমা নিৰ্ধাৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in