শেহতীয়া খবৰ
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...  •  ৰাইজৰ সেৱা ! ঔম স্বাহা...

৩১ মাৰ্চ শেষ সময়সীমাঃ শীঘ্ৰেই কৰ পৰিশোধ কৰক, নহ’লে জব্দ হ’ব বাহন…

  • যিকোনো মূহুৰ্তত জব্দ হ’ব পাৰে আপোনাৰ বাহন।
  • শীঘ্ৰেই ঠিক কৰক বাহনৰ নথি-পত্ৰ।
  • যান-বাহনৰ কৰ পৰিশোধ নকৰিলে বিপদত পৰিব বাহনৰ মালিক।
  • বাহনৰ নথিপত্ৰৰো যাৱতীয় কাম-কাজ শীঘ্ৰে সম্পন্ন কৰাৰ নিৰ্দেশ।
  • কৰ পৰিশোধ নকৰিলে যিকোনো মুহূৰ্তত আপোনাৰ বাহন জব্দ হ’ব।
  • নথি-পত্ৰ নবীকৰণ নকৰিলে এম্বুলেন্সো সাৰি নাযায়।
  • পাৰ্কিঙৰ পৰা জব্দ হ’ব পাৰে আপোনাৰ বাহন।
  • ঘৰৰ পাৰ্কিঙৰ পৰাও জব্দ কৰিব আপোনাৰ বাহন।
  • ৩১ মাৰ্চৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰৰ লগতে কৰ পৰিশোধৰ শেষ সময়সীমা নিৰ্ধাৰণ।