দোকানীক প্ৰতিকিলো পাচলিৰ বাবদ কিমান টকা দিয়ে আপুনি, চাওঁক চৰকাৰে বান্ধি দিয়া প্ৰতিটো পাচলিৰ দামৰ সৱিশেষ তালিকা…

দোকানীক প্ৰতিকিলো পাচলিৰ বাবদ কিমান টকা দিয়ে আপুনি, চাওঁক চৰকাৰে বান্ধি দিয়া প্ৰতিটো পাচলিৰ দামৰ সৱিশেষ তালিকা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ এতিয়াৰে পৰা দোকানীয়ে মন গ'লে আপোনাৰ পৰা ল'ব নোৱাৰিব পাচলিৰ মূল্য। প্ৰশাসনে বান্ধি দিছে বিভিন্ন পাচলিৰ মূল্য সমূহ। সেই অনুসৰি প্ৰতিটো পাচলিৰ পাইকাৰী আৰু খুচুৰা দৰ বান্ধি দিয়া হৈছে। কেৱল এয়ে নহয় অনলাইন বজাৰত এই সামগ্ৰীৰ দাম কিমান হ'ব সেই নিৰিখো প্ৰশাসনে বান্ধি দিছে। সেই অনুসৰি বিভিন্ পাচলিৰ দামসমূহ এনেধৰণৰ।

পাইকাৰী দোকানত প্ৰতি কিলো পাচলিৰ মূল্য-

  • ফুল কবিঃ ১৫ টকা।
  • বন্ধা কবিঃ ১০ টকা।
  • গাজৰঃ ২৫ টকা
  • জাতিলাওঃ ২০ টকা
  • জালি কুমুৰাঃ ২৫ টকা
  • জলকীয়াঃ ৪৫ টকা
  • ভেন্দীঃ ৩৫ টকা
  • কেৰেলাঃ ৩০ টকা
  • লেচেৰাঃ ৩৫ টকা
  • জিকাঃ ৩৫ টকা
  • বীনঃ ১৫ টকা
  • বিলাহীঃ ১৫ টকা
  • ৰঙালাওঃ ২০ টকা
  • বীটঃ ৩৫ টকা
  • বেঙেনাঃ ১৫ টকা

খুচুৰা দোকানত প্ৰতি কেজি পাচলিৰ মূল্যঃ

  • ফুল কবিঃ ২০ টকা
  • বন্ধা কবিঃ ১৫ টকা
  • গাজৰঃ ৩০ টকা
  • জাতিলাওঃ ২৫ টকা
  • জালি কুমুৰাঃ ৩০ টকা
  • জলকীয়াঃ ৫০ টকা
  • ভেন্দীঃ ৪০ টকা
  • কেৰেলাঃ ৩৫ টকা
  • লেচেৰাঃ ৪০ টকা
  • জিকাঃ ৪০ টকা
  • বীনঃ ২০ টকা
  • বিলাহীঃ ২০ টকা
  • ৰঙালাওঃ ২৫ টকা
  • বীটঃ ৪০ টকা
  • বেঙেনাঃ ২০ টকা

অনলাইন বজাৰত প্ৰতি কেজি পাচলিৰ মূল্যঃ

  • ফুল কবিঃ ৩০ টকা
  • বন্ধা কবিঃ ২৫ টকা
  • গাজৰঃ ৪০ টকা
  • জাতিলাওঃ
  • জালি কুমুৰাঃ ৩০ টকা
  • জলকীয়াঃ ৬০ টকা
  • কেৰেলাঃ ৬০ টকা
  • লেচেৰাঃ ৫০ টকা
  • বীনঃ ৪০ টকা
  • বিলাহীঃ ৪০টকা
  • বীটঃ ৫৫ টকা
  • বেঙেনাঃ ৩২ টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in