ভুল হৈছিল মোৰঃ বাজপেয়ীক অপমান কৰা গহপুৰৰ যুৱকৰ ক্ষমা ভিক্ষা

ভুল হৈছিল মোৰঃ বাজপেয়ীক অপমান কৰা গহপুৰৰ যুৱকৰ ক্ষমা ভিক্ষা
  • বাজপেয়ীক অপমান কৰা গহপুৰৰ যুৱকৰ ক্ষমা প্ৰাৰ্থনা।
  • থানাত লিখি দিলে ক্ষমা পত্ৰ।
  • ফেচবুকত বাজপেয়ীৰ মৃত্যুৰ দিনা কৰিছিল মন্তব্য।
  • এনে মন্তব্য কোনো দিনেই ফেচবুকত নিদিয়াৰ প্ৰতিশ্ৰুতি।
  • গহপুৰ তথা ভাৰতবাসীৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা দীপ শৰ্মাৰ।
  • তেওঁ লিখা কথাবোৰ সম্পূ্ৰ্ণ ভুল আছিল বুলি স্বীকাৰ কৰিলে।
  • গহপুৰ বিজেপিয়ে যুৱকজনৰ বিৰুদ্ধে তৰিছিল গোচৰ।
  • আৰক্ষীয়ে আজি আটক কৰিছিল যুৱকজনক।
  • ক্ষমা প্ৰাৰ্থনাৰ পিছতে এজাহাৰ উঠাই ল'লে গহপুৰ নগৰ মণ্ডল বিজেপিয়ে।
  • অত্যন্ত মেধাৱী আছিল যুৱকজন।
  • ইউৰোপত পঢ়া-শুনা কৰিছিল দীপ শৰ্মাই।
  • তেওঁৰ দৰে এজন মেধাৱী ছাত্ৰৰ এনে কাৰ্যক সৰ্বত্ৰে গৰিহণা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in