শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ…

107
  • মহাৰাষ্ট্ৰত কোভিড ভেকচিনৰ নাটনি ।
  • ভেকচিনৰ নাটনিৰ বাবে মুম্বাইত বন্ধ কৰি দিছে ৫৪ টা কেন্দ্ৰ ।
  • এছিয়ান হাৰ্ট ইনষ্টিটিউটৰ চৈফি চিকিৎসালয়, জছলোক চিকিৎসালয়, চৈফি চিকিৎসালয়কে ধৰি বহুতো কেন্দ্ৰত নাটনি ভেকছিনৰ ।
  • বোম্বে পৌৰ নিগমে এই সন্দৰ্ভত এক তালিকা প্ৰকাশ কৰিছে ।
  • ইফালে দেশত বিগত ২৪ ঘন্টাত ৩ লাখতকৈ অধিক লোক কোভিড আক্ৰান্ত হৈছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি