মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ…

মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ…
  • মহাৰাষ্ট্ৰত কোভিড ভেকচিনৰ নাটনি ।
  • ভেকচিনৰ নাটনিৰ বাবে মুম্বাইত বন্ধ কৰি দিছে ৫৪ টা কেন্দ্ৰ ।
  • এছিয়ান হাৰ্ট ইনষ্টিটিউটৰ চৈফি চিকিৎসালয়, জছলোক চিকিৎসালয়, চৈফি চিকিৎসালয়কে ধৰি বহুতো কেন্দ্ৰত নাটনি ভেকছিনৰ ।
  • বোম্বে পৌৰ নিগমে এই সন্দৰ্ভত এক তালিকা প্ৰকাশ কৰিছে ।
  • ইফালে দেশত বিগত ২৪ ঘন্টাত ৩ লাখতকৈ অধিক লোক কোভিড আক্ৰান্ত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in