ভাৰতত ৯৫কোটি ১৯লাখ লোকক ভেকচিন…

ভাৰতত ৯৫কোটি ১৯লাখ লোকক ভেকচিন…
  • বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ১৮হাজাৰ ১৩২গৰাকী লোক।
  • এই সময়চোৱাত ২১হাজাৰ ৫৬৩গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভটিছে।
  • ১৯৩গৰাকী ৰোগীৰ মৃত্যু হৈছে এই ২৪ঘন্টাৰ সময়চোৱাত।
  • বৰ্তমানো কোৰোনাত আক্ৰান্ত হৈ দেশত ২লাখ ২৭হাজাৰ ৩৪৭ চিকিতসাধীন হৈ আছে।
  • ভাৰতত এতিয়ালৈকে ৯৫কোটি ১৯লাখ ৮৪হাজাৰ ৩৭৩গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in