শেহতীয়া খবৰ
১০ জুলাইৰ পৰা শ্বিলঙত লকডাউন! কিমান সঁচা এই খবৰ...  •  অৱশেষত অসুস্থ অখিলসহ দুই সতীৰ্থৰ কোৰোনা পৰীক্ষাৰ বাবে শ্বাব ল’লে চিকিৎসকে, মাতৃৰ কাষত আছুৰ সজাতি দল...  •  অৱশেষত অসুস্থ অখিলসহ দুই সতীৰ্থৰ কোৰোনা পৰীক্ষাৰ বাবে শ্বাব ল’লে চিকিৎসকে, মাতৃৰ কাষত আছুৰ সজাতি দল...  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈ এগৰাকী যুৱতীয়ে হেৰুৱালে প্ৰাণ...  •  আমাৰ নহয়, অসম হ’ব নবীন সিংহালৰ!  •  লকডাউনত ৰাইজ লাউলোৱা! কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী-নেতাৰ হোটেল ক্ৰয় কৰিবলৈ বিজেপি নেতাই লগাইছে হেতাওপৰা...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  মুখ্যমন্ত্ৰী সোণোৱালৰ লগত থকা ৩ এনএছচি কমাণ্ডসহ ১০জনৰ দেহত কোভিড-১৯...  •  এইবাৰ কামৰূপ (মেট্ৰ’)ৰ পৰা দৰঙলৈ নিষিদ্ধ হ’ল প্ৰৱেশ...

পৰ্যটন মন্ত্ৰীৰ পত্নীৰ দেহত কোৰোনা ভাইৰাছ…

625

ডিজিটেল ডেস্কঃ কোৰোনাৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে ভাৰতত। শেহতীয়াকৈ খবৰ আহিছে যে, উত্তৰাখণ্ডৰ পৰ্যটনমন্ত্ৰীৰ সত্যপাল মহাৰাজৰ পত্নীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। উল্লেখ্য যে, কোৰোনাত আক্ৰান্ত অমৃতা ৰাৱটো এগৰাকী প্ৰাক্তন মন্ত্ৰী। হৰিশ ৰাৱট নেতৃত্বধীন উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰিছিল অমৃতা ৰাৱটে। বৰ্তমান তেওঁক ঋষিকেশস্থিত এইমছ ভৰ্তি কৰা হৈছে।

ইফালে অমৃতা ৰাৱট কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে হাঁহাকাৰ পৰিৱেশ সৃষ্টি হৈছে উত্তৰাখণ্ড চৰকাৰত। কিয়নো কিছুদিনৰ পূৰ্বে চৰকাৰৰ এক বিশেষ বৈঠকত অংশ লৈছিল অমৃতা ৰাৱটে। উল্লেখ্য যে, উত্তৰাখণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে ৭৪৯।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি