পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩

পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩
  • উত্তৰাখণ্ডৰ মন্ত্ৰী অৰবিন্দ পাণ্ডেৰ পুত্ৰৰ দুৰ্ঘটনাত মৃত্যু।
  • নিহত পুত্ৰৰ নাম অংকুৰ পাণ্ডে।
  • ফৰিদপুৰত তেওঁ যাত্ৰা কৰা বাহনখনৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।
  • পুৱতি নিশা ৩ বজাত সংঘটিত হৈছে এই ঘটনা।
  • ইফালে অংকুৰৰ লগতে আন ২জন লোকো নিহত হৈছে।
  • আহত হৈছে আন এজন লোক।
  • এক বিবাহ অনুষ্ঠানলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in