উত্তৰাখণ্ডত সেনা জোৱানৰ সৈতে দীপাৱলীৰ আনন্দ উপভোগ মোডীৰ

উত্তৰাখণ্ডত সেনা জোৱানৰ সৈতে দীপাৱলীৰ আনন্দ উপভোগ মোডীৰ
  • উত্তৰাখণ্ডত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে দীপাৱলীৰ আনন্দ উপভোগ কৰিলে সেনাৰ সৈতে।
  • হাৰ্ছিলত থকা সেনা জোৱানসকলৰ সৈতে অতিবাহিত কৰিলে মোডীয়ে কিছু সময়।
  • সেনা জোৱানসকলক দেশমাতৃৰ সেৱাৰ বাবে কৰা ত্যাগৰ কথা উল্লেখ কৰে মোডীয়ে।
  • প্ৰধানমন্ত্ৰীয়ে সেনা জোৱান সকলক দীপাৱলীৰ শুভেচ্ছাও জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in