আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
  • আজি উত্তৰ প্ৰদেশলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • ৰায়বেৰেলীত থকা আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
  • লগতে উদ্বোধন কৰিব কেইবাখনো উন্নয়নমূলক আঁচনিও।
  • ৰাজ্যখনৰ প্ৰয়াগৰাজত হ'বলগা কুম্ভ মেলাৰো বুজ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in