অসমৰ বানত প্ৰাণ গ’ল উত্তৰ প্ৰদেশৰ ব্যক্তিৰ…

অসমৰ বানত প্ৰাণ গ’ল উত্তৰ প্ৰদেশৰ ব্যক্তিৰ…
  • নলবাৰীত পুনৰ বানত এজনৰ মৃত্যু।
  • মৃত্যু হোৱা লোকজন সূৰ্যকুমাৰ ৰাজপুত।
  • সূৰ্যকুমাৰ ৰাজপুতৰ ঘৰ উত্তৰ প্ৰদেশত।
  • ঘৰলৈ গৈ থকা অৱস্থাতে পানীৰ সোঁতত উটি গ'ল লোকজন।
  • পাইকাৰকুছিৰ ক্ষুদ্র চেনীকুছিত সংঘটিত হৈছে এই ঘটনা।
  • বালাজী ফুড প্রডাক্ট নামৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল লোকজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in