সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থনত আমেৰিকাত সমদল…

সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থনত আমেৰিকাত সমদল…
  • বহু বিৰ্তকিত সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থনত আমেৰিকাত সমদল।
  • একাংশ প্ৰৱাসী ভাৰতীয়লোকে আইনখনৰ সমৰ্থনত বাহিৰ কৰে সমদল।
  • শনিবাৰে অথাৎ ৪ জানুৱাৰীত চিকাগ'ত এই সমদল বাহিৰ কৰিছিল প্ৰৱাসী ভাৰতীয়সকলে।
  • ইফালে কিছুদিনৰ পূৰ্বে আইনখনৰ বিৰোধিতাৰে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত হৈছিল আমেৰিকাত।
  • লণ্ডন, ইংলেণ্ড আৰু নিউজিলেণ্ডকে ধৰি কেইবাখনো দেশত থকা প্ৰৱাসী ভাৰতীয়সকলে এই আইনখনৰ বিৰোধিতাৰে অব্যাহত ৰাখিছে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in