সাংবাদিক হত্যাত জড়িত আমেৰিকা যুক্তৰাষ্ট্ৰ..

সাংবাদিক হত্যাত জড়িত আমেৰিকা যুক্তৰাষ্ট্ৰ..
  • পোহৰলৈ আহিছে যুক্তৰাষ্ট্ৰৰ সাংবাদিক হত্যাৰ নতুন তথ্য।
  • আমেৰিকা যুক্তৰাষ্ট্ৰতেই প্ৰশিক্ষণ দিয়াৰ অভিযোগ সাংবাদিক জামাল খাশোগিৰ হত্যাকাৰীক।
  • ২০১৮ চনত হত্যা কৰা হৈছিল আমেৰিকাৰ সাংবাদিক জামাল খাশোগিক।
  • খাশোগিক হত্যা কৰিছিল চৌদি হিট স্কোয়াডৰ চাৰিজন সদস্যই।
  • ইস্তাম্বুলৰ চৌদি কনচুলেটত হত্যা কৰা হৈছিল তেওঁক।
  • ৱাশ্বিংটন পোষ্টত কৰ্মৰত স্পষ্টবাদী সমালোচক আছিল খাশোগি।
  • বিদেশ মন্ত্ৰণালয়ৰ অনুমোদিত অৰ্ধসামৰিক প্ৰশিক্ষণ লাভ কৰিছিল চাৰি সদস্যই।
  • নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰিছে এই তথ্য।
  • সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ নোহোৱাক ৰহস্যৰ আখ্যা নিউয়ৰ্ক টাইমছৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in