আমৰিকাত ২৪ঘন্টাত ৫২হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা…

আমৰিকাত ২৪ঘন্টাত ৫২হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা…
  • আমেৰিকাত কমা মাই কোৰোনাৰ ত্ৰাস।
  • বিগত ২৪ ঘন্টাত দেশখনত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাই গঢ়িলে অভিলেখ।
  • ২৪ঘন্টাত ৫২হাজাৰ লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • বৰ্তমানলৈ দেশখনত ২,৭৭৯,৯৫৩গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • আমেৰিকাত প্ৰায় ১ লাখ ৩১হাজাৰ লোক হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in