২৪ ঘন্টাতে আমেৰিকাত প্ৰাণ হেৰুৱালে ১,৫৬৮ গৰাকী লোকে

২৪ ঘন্টাতে আমেৰিকাত প্ৰাণ হেৰুৱালে ১,৫৬৮ গৰাকী লোকে
  • কোৰোনাই ভয়ংকৰ ৰূপ লৈছে আমেৰিকাত।
  • এএফপি নিউজে সদৰি কৰা অনুসৰি বিগত ২৪ ঘন্টাত আমেৰিকাত প্ৰাণ হেৰুৱাইছে ১,৫৬৮ গৰাকী লোকে।
  • বৰ্তমানলৈকে আমেৰিকাত কোৰোনাত আক্ৰান্ত হৈছে ১,৩৪৭,৩০৯ গৰাকী লোক।
  • ইফালে মৃত্যু হৈছে ৮০,০৩৭ গৰাকী লোক।
  • আমেৰিকাত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে ২৩৮,০৭৮ গৰাকী লোকে।
  • দেশখনত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে কোৰোনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in