“মই আশাবাদ আৰু সুযোগ আনিম, ৱাইডেনে আনিব নিৰাশাবাদ আৰু দৰিদ্ৰতা”: ডোনাল্ড ট্ৰাম্প…

“মই আশাবাদ আৰু সুযোগ আনিম, ৱাইডেনে আনিব নিৰাশাবাদ আৰু দৰিদ্ৰতা”: ডোনাল্ড ট্ৰাম্প…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আৰু তৰ্ক বিতৰ্ক এতিয়া তুংগত। বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত এক নিৰ্বাচনী প্ৰচাৰ কয় যে, নিৰ্বাচনত জয়ী হলে জনসাধাৰণক তেওঁ আশা আৰু সুযোগ প্ৰদান কৰিব আনহাতে ডেমক্ৰেটিক দলৰ প্ৰতিদ্বন্দী জো ৱাইডেনে প্ৰদান কৰা নিৰাশা আৰু দৰিদ্ৰতাত দেশ ভাগি পৰিব।

উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ এতিয়া মাত্ৰ ১৫ দিন বাকী। ৩ নৱেম্বৰত অনুষ্ঠিত হব  ভোটগ্ৰহণ। ট্ৰাম্পে প্ৰসংগক্ৰমে পুনৰ কয় যে, বাইডেনে ৪৭ বছৰত যিমান কাম কৰিব কেৱল ৪৭ মাহতে ৰাষ্ট্ৰপতি হিচাপে কাম সমাধান কৰিব ট্ৰাম্পে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in