বিমান বন্দৰৰ পৰা সবৰমতি আশ্ৰমলৈ যাত্ৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প…

বিমান বন্দৰৰ পৰা সবৰমতি আশ্ৰমলৈ যাত্ৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প…
  • বিমান বন্দৰৰ পৰা সবৰমতি আশ্ৰমলৈ যাত্ৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত আছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে।
  • ১২.১৫ বজাত সবৰমতি আশ্ৰমত উপস্থিত হ'ব ডোনাল্ড ট্ৰাম্প।
  • তাতেই তেওঁ গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ।
  • তাৰ পিছতে মোটেৰা ষ্টেডিয়ামত সম্বোধন কৰিব 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠান।
  • বিমান বন্দৰৰ পৰা সবৰমতি আশ্ৰমলৈ সমগ্ৰ বাটছোৱাত লোক নৃত্যৰ জৰিয়তে আদৰণি জনোৱা হয় ট্ৰাম্পক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in