হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প…

হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প…
  • হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত অনুষ্ঠিত হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।
  • বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে উষ্ম আদৰণি জনাই ট্ৰাম্পক।
  • ইফালে, ৰমেশ মোডী নামৰো এজন লোকক উপস্থিত এই অনুষ্ঠানত।
  • মহাত্মা গান্ধীৰ দৰে কাপোৰ পৰিধান কৰি হাতত লাখুটি লৈ হাউডী মোডী অনুষ্ঠানত উপস্থিত ৰমেশ মোডী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in