ৰাজঘাটত বাপুক কি দৰে শ্ৰদ্ধাঞ্জলি জনালে ট্ৰাম্প আৰু পত্নীয়ে, চাওঁক VIDEO…

ৰাজঘাটত বাপুক কি দৰে শ্ৰদ্ধাঞ্জলি জনালে ট্ৰাম্প আৰু পত্নীয়ে, চাওঁক VIDEO…
  • ৰাষ্ট্ৰপতি ভৱনৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প উপস্থিত হয় ৰাজঘাটত।
  • লগত থাকে তেওঁৰ পত্নী মেলানীয়া ট্ৰাম্প।
  • জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত বাপুক শ্ৰদ্ধা জনালে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
  • সমাধিস্থলত পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।
  • ইয়াৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হায়দৰাবাদ ভৱনত বৈঠকত মিলিত হ'ব ট্ৰাম্প।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in