সবৰমতি আশ্ৰমত ট্ৰাম্প দম্পত্তিয়ে যঁতৰত কাটিলে সূতা…

সবৰমতি আশ্ৰমত ট্ৰাম্প দম্পত্তিয়ে যঁতৰত কাটিলে সূতা…
  • সবৰমতি আশ্ৰমত মহা্‌মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ মাৰ্কিন ৰাষ্ট্ৰপতিৰ।
  • তাৰ পিছতে যঁতৰত সূতা কাটিলে পত্নী আৰু মাৰ্কিন ৰাষ্ট্ৰপতিয়ে।
  • দৰ্শনাৰ্থীৰ টোকা বহীত লিখিলে ট্ৰাম্প দম্পত্তিয়ে মতামত।
  • তাৰ পিছত মহাত্মা গান্ধীৰ দৰ্শনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে ট্ৰাম্পক।
  • প্ৰধানমন্ত্ৰীয়ে দেখুৱালে গান্ধীৰ আদৰ্শৰ তিনি বান্দৰৰ প্ৰতিমূৰ্তি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in