শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ…

4,267
  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন তথা হোৱাইট হাউচৰ বাহিৰত গুলীবৰ্ষণ।
  • গুলীবৰ্ষণৰ সময়ত প্ৰেছ মিটত ব্যস্ত আছিল ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।
  • নিৰাপত্তাৰক্ষীৰ গুলীত আহত হৈছে গুলী কৰা দুৰ্বৃত্তগৰাকী।
  • বৰ্তমান হাস্পতালত আছে গুলীবৰ্ষণ কৰা ব্যক্তিগৰাকী।
  • গুলীবৰ্ষণৰ সময়তে নিৰাপত্তাৰক্ষীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক সুৰক্ষিত স্থানলৈ লৈ যায়।
  • ট্ৰাম্পে এই বিষয়ৰ সন্দৰ্ভত কয় যে, গুলীবৰ্ষণ হৈছিল যদিও বৰ্তমান স্থিতি নিয়ন্ত্ৰিত।
  • নিৰাপত্তাৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি