ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ…

ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ…
  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন তথা হোৱাইট হাউচৰ বাহিৰত গুলীবৰ্ষণ।
  • গুলীবৰ্ষণৰ সময়ত প্ৰেছ মিটত ব্যস্ত আছিল ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।
  • নিৰাপত্তাৰক্ষীৰ গুলীত আহত হৈছে গুলী কৰা দুৰ্বৃত্তগৰাকী।
  • বৰ্তমান হাস্পতালত আছে গুলীবৰ্ষণ কৰা ব্যক্তিগৰাকী।
  • গুলীবৰ্ষণৰ সময়তে নিৰাপত্তাৰক্ষীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক সুৰক্ষিত স্থানলৈ লৈ যায়।
  • ট্ৰাম্পে এই বিষয়ৰ সন্দৰ্ভত কয় যে, গুলীবৰ্ষণ হৈছিল যদিও বৰ্তমান স্থিতি নিয়ন্ত্ৰিত।
  • নিৰাপত্তাৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in