২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ সন্ধান দিওতাক আমেৰিকাই দিব ৫ মিলিয়ন ডলাৰ পুৰস্কাৰ…

২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ সন্ধান দিওতাক আমেৰিকাই দিব  ৫ মিলিয়ন ডলাৰ পুৰস্কাৰ…

ডিজিটেল ডেস্ক : মুম্বাইত ২০০৮ চনৰ ২৬ নৱেম্বৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ১২ বছৰ পিছত লস্কৰ ই তৈয়বাৰ চাজিদ মীৰৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষনা কৰিছে আমেৰিকাই । ভাৰতেও বহু বছৰ ধৰি সন্ত্ৰাসবাদী মীৰক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে ।


মাৰ্কিন সকলে প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰি, লস্কৰ-ই-তৈয়বাৰ জ্যেষ্ঠ সদস্য ছাজিদ মিৰ মুম্বাইআক্ৰমণত জড়িত আছিল বুলি উল্লেখ কৰাৰ লগতে । এই ক্ষেত্ৰত তেওঁৰ অনুসন্ধান অব্যহত আছে। সন্ত্ৰাসবাদী গৰাকীৰ সন্ধান দিওতাক আটকৰ পিছত ৫ মিলিয়ন ডলাৰ লৈকে পুৰষ্কাৰ দিয়া হ'ব বুলি ঘোষনা কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in