কংগ্ৰেছৰ ভিতৰচ’ৰাত ৰাজনীতিৰ অভিযোগ তুলি দলত্যাগ অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰৰ, কি লিখিলে পদত্যাগ পত্ৰত…

কংগ্ৰেছৰ ভিতৰচ’ৰাত ৰাজনীতিৰ অভিযোগ তুলি দলত্যাগ অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰৰ, কি লিখিলে পদত্যাগ পত্ৰত…
  • মঙলবাৰে দল ত্যাগ কৰিলে কংগ্ৰেছ নেত্ৰী তথা অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে।
  • কংগ্ৰেছত যোগ দিয়া ৫ মাহ পিছতে তেওঁ দল ত্যাগ কৰে।
  • লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ মাৰ্চত কংগ্ৰেছত যোগ দিছিল।
  • কংগ্ৰেছৰ ভিতৰচ'ৰাত ৰাজনীতি হোৱাৰ অভিযোগ।
  • জ্যেষ্ঠ দলীয় নেতা সঞ্জয় নিৰুপমক সমালোচনা কৰি অভিনেত্ৰীগৰাকীয়ে দিয়া আবেদনত কোনো উত্তৰ নিদিয়াৰ বাবেই উৰ্মিলা মাতোণ্ডকাৰে দল ত্যাগ কৰা বুলি জানিবলৈ দিয়ে।
  • তেওঁ কয় যে, 'মই দিয়া গোপন পত্ৰখনো সম্প্ৰচাৰ হৈছিল সংবাদমাধ্যমত।'
  • 'মই বাৰম্বাৰ প্ৰতিবাদ কাৰৰ পিছতো দলৰ কোনো লোকেই মোক সমৰ্থন কৰা নাছিল।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in