উৰিষ্যাত তিতলী ঘূৰ্ণি বতাহত প্ৰাণ গ’ল ১২ জনৰ, ৪ সন্ধানহীন

উৰিষ্যাত তিতলী ঘূৰ্ণি বতাহত প্ৰাণ গ’ল ১২ জনৰ, ৪ সন্ধানহীন
  • উৰিষ্যাত তিতলী ঘূৰ্ণী বতাহে সৃষ্টি কৰিছে তাণ্ডৱৰ।
  • ৰাজ্যখনৰ গজপতি জিলাত তিতলীৰ পিছতে অহা প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা ভূমিস্খলনত শনিবাৰলৈকে নিহতৰ সংখ্যা ১২জনলৈ বৃদ্ধি।
  • ৰাজ্যখনত তিতলীৰ তাণ্ডৱত  ৪ জন লোক সন্ধানহীন হৈ আছে।
  • ৰাজ্যখনত উদ্ধাৰ অভিযানত নেতৃত্ব লোৱা আয়ুক্ত বি পি সেঠীয়ে শনিবাৰে এই তথ্য সংবাদমাধ্যমৰ সন্মুখত সদৰী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in