উৰিয়ামঘাট অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীক বিদায় সম্বৰ্ধনা

উৰিয়ামঘাট অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীক বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ উৰিয়ামঘাট গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰী সুভাষ বৰুৱা অৱসৰৰ উপলক্ষে ‌বেংকৰ কাৰ্যালয়ত সমাজকৰ্মী অতুল বৰাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় । উক্ত সভাতে অৱসৰ গ্ৰহণ কৰা বৰুৱাক বেংক কৰ্তৃপক্ষ, অসম গ্ৰামীণ বিকাশ বেংকৰ ইউনিয়ন, চি , এচ পি ৰ বিষয়ববীয়া আৰু স্থানীয় বহুত কেইজন ব্যৱসায়ী আৰু ব্যক্তিয়ে বিদায় সম্বৰ্ধনা জনায় । উল্লেখ্য যে বৰুৱা এগৰাকী বেংকটোৰ নিষ্ঠাৱান কমৰ্চাৰী আছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in