ওৰাঙত নৃশংস ঘটনাঃ চালকক আৱদ্ধ কৰি জ্বলাই দিলে টেংকাৰ…

ওৰাঙত নৃশংস ঘটনাঃ চালকক আৱদ্ধ কৰি জ্বলাই দিলে টেংকাৰ…
  • ওৰাঙৰ পাঁচনৈ দলঙৰ সমীপত শনিবাৰে সংঘটিত হৈছে নৃশংস ঘটনা।
  • ১৫নং ৰাষ্ট্ৰীয় পথত টেংকাৰসহ জ্বলাই দিলে চালকক।
  • টেংকাৰৰ ভিতৰত চালকক আবদ্ধ কৰি অগ্নিসংযোগ দুৰ্বৃত্তৰ।
  • চালকজনৰ নাম আজিজুল হকৰ মৃত্যু গুৱাহাটীৰ চিকিত্সালয়ত
  • আজিজুল হকৰ মৃত্যু গুৱাহাটীৰ চিকিৎসালয়ত ।
  • চালক আজিজুলৰ ঘৰ ছিপাঝাৰৰ মুছলিমঘোপাত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in