ওৰাঙত এন ডি এফ বি (এছ)ৰ লিংকমেন আটক…

ওৰাঙত এন ডি এফ বি (এছ)ৰ লিংকমেন আটক…
  • ওৰাঙৰ মাজবাট ৰেল ষ্টেচনত এন ডি এফ বি (এছ)ৰ ‍লিংক মেন আটক।
  • আটক কৰা লিংক মেনজনৰ নাম লোকেন বসুমতাৰী।
  • মঙলবাৰে ৰাতিপুৱা ৭ বজাত মাজবাট আৰক্ষী আৰু ১৪ গৰোৱাল সেনাই চলাই যুটীয়া অভিযান।
  • ৰেল যোগে বাতাচিপুৰৰ পৰা ওদালগুৰি অভিমুখে আহি থকা অৱস্থাত চলাই অভিযান।
  • লিংক মেনজনৰ পৰা বহু আপত্তি জনক নথি পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।
  • জানিব পৰা মতে, লিংক মেনজনৰ ঘৰ বাতাচিপুৰৰ নাৰায়নগুৰিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in