শেহতীয়া খবৰ
শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...

ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস…

34
  • ওৰাঙৰ ৩ নং কছাৰীভেটি টোপ আৰু পাচনৈ ন’ন কে গাঁৱত বনৰীয়া মহৰ সন্ত্ৰাস ।
  • বনৰীয়া মহৰ আক্ৰমণত গুৰুতৰ ভাবে আহত দুজন লোক ।
  • গুৰুতৰভাবে আহত লোক দুজন ক্ৰমে চামছুল হক্ আৰু আবু বাছা।
  • গুৰুতৰ ভাবে আহত চামছুল হক্ ক উন্নত চিকিৎসাৰ বাবে ততালিকে GNRC হষ্পিতাললৈ প্ৰেৰণ ।
  • মঙলবাৰে নিশাই বনৰীয়া মহৰ জাকটোৱে ৩নং কছাৰী ভেটিটোপ আৰু পাচনৈ ন’ন কে গাঁৱত সন্ত্ৰাস চলাই আক্ৰমণ কৰিছিল লোক দুজনক ।
  • বনৰীয়া মহৰ জাকটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ ৰাইজৰ ।
  • বন বিভাগৰ ভূমিকাত ক্ষোভ ৰাইজৰ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি