ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস…

  • ওৰাঙৰ ৩ নং কছাৰীভেটি টোপ আৰু পাচনৈ ন'ন কে গাঁৱত বনৰীয়া মহৰ সন্ত্ৰাস ।
  • বনৰীয়া মহৰ আক্ৰমণত গুৰুতৰ ভাবে আহত দুজন লোক ।
  • গুৰুতৰভাবে আহত লোক দুজন ক্ৰমে চামছুল হক্ আৰু আবু বাছা।
  • গুৰুতৰ ভাবে আহত চামছুল হক্ ক উন্নত চিকিৎসাৰ বাবে ততালিকে GNRC হষ্পিতাললৈ প্ৰেৰণ ।
  • মঙলবাৰে নিশাই বনৰীয়া মহৰ জাকটোৱে ৩নং কছাৰী ভেটিটোপ আৰু পাচনৈ ন'ন কে গাঁৱত সন্ত্ৰাস চলাই আক্ৰমণ কৰিছিল লোক দুজনক ।
  • বনৰীয়া মহৰ জাকটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ ৰাইজৰ ।
  • বন বিভাগৰ ভূমিকাত ক্ষোভ ৰাইজৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in