শেহতীয়া খবৰ
গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...  •  বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ'ল দুজন...

ওৰাঙৰ ১৫নং ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন…

326
  • ওৰাঙৰ বগৰিবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷
  • নিহত ২ গৰাকী লোক। নিহত লোক দুগৰাকী ক্ৰমে নৰবাহাদুৰ প্ৰধান আৰু আকাশ প্ৰধান(২৩) বুলি জানিব পৰা গৈছে ।
  • নিহত লোক দুগৰাকীৰ ঘৰ দৰঙৰ মেধিপাৰা বুলি জানিব পৰা গৈছে ।
  • গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী AS 01MB 4234 নম্বৰৰ ৱেগনাৰ বাহন আৰু মঙ্গলদৈ অভিমুখী AS 13 B 4854 নম্বৰৰ গ্লেমাৰ বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি