শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

১২ অসম সন্তানসহ মুঠ ৭৫৯ প্ৰাৰ্থীৰ নাম ইউপিএছচিৰ চুড়ান্ত ফলাফল তালিকাত, চাওক সবিশেষ

1,149
  • শুকুৰবাৰে ঘোষণা হ’ল শুকুৰবাৰে ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল।
  • মুঠ ১২ অসম সন্তানে লাভ কৰিলে কৃতিত্ব।
  • মুঠ ৭৫৯ প্ৰাৰ্থীৰ চুড়ান্ত ফলাফল ঘোষণা কৰা হ’ল।
  • কনিষ্ক কাটাৰিয়াই লাভ কৰিলে শীৰ্ষস্থান।
  • দ্বিতীয় স্থানত অক্ষত জৈন।

  • আন আন কৃতিত্ব লাভ কৰা অসম সন্তানসকল হৈছে-
  • ১০৩ নং স্থানত মৃগাংক শেখৰ পাঠক।
  • ১৩০ নং স্থানত ৰঞ্জিতা শৰ্মা।
  • ১৪৫ নং স্থানত নমিতা শৰ্মা।
  • ১৬৬নং স্থানত দীপাংকৰ চৌধুৰী।
  • ১৭০ নং স্থানত গৰিমা শৰ্মা।
  • ২০০ নং স্থানত ঋষভা গাৰ্গ।
  • ২৮৭ নং স্থানত আৰণ্যক শইকীয়া।
  • ৪২৯ নং স্থানত ফৌৰমান ব্ৰহ্ম।
  • ৫২৫ নং স্থানত অভিষেক গোস্বামী।
  • ৬৪৫ নং স্থানত তাপস বসুমতাৰী।.
  • ৬৫৬ নং স্থানত সৌৰভ শৰ্মা।
  • ৭০৮ নং স্থানত দীক্ষা লাংথাছা।

চাওক সৱিশেষ প্ৰাৰ্থীৰ তালিকা-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি