১২ অসম সন্তানসহ মুঠ ৭৫৯ প্ৰাৰ্থীৰ নাম ইউপিএছচিৰ চুড়ান্ত ফলাফল তালিকাত, চাওক সবিশেষ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শুকুৰবাৰে ঘোষণা হ'ল শুকুৰবাৰে ঘোষণা হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল।
  • মুঠ ১২ অসম সন্তানে লাভ কৰিলে কৃতিত্ব।
  • মুঠ ৭৫৯ প্ৰাৰ্থীৰ চুড়ান্ত ফলাফল ঘোষণা কৰা হ'ল।
  • কনিষ্ক কাটাৰিয়াই লাভ কৰিলে শীৰ্ষস্থান।
  • দ্বিতীয় স্থানত অক্ষত জৈন।
  • আন আন কৃতিত্ব লাভ কৰা অসম সন্তানসকল হৈছে-
  • ১০৩ নং স্থানত মৃগাংক শেখৰ পাঠক।
  • ১৩০ নং স্থানত ৰঞ্জিতা শৰ্মা।
  • ১৪৫ নং স্থানত নমিতা শৰ্মা।
  • ১৬৬নং স্থানত দীপাংকৰ চৌধুৰী।
  • ১৭০ নং স্থানত গৰিমা শৰ্মা।
  • ২০০ নং স্থানত ঋষভা গাৰ্গ।
  • ২৮৭ নং স্থানত আৰণ্যক শইকীয়া।
  • ৪২৯ নং স্থানত ফৌৰমান ব্ৰহ্ম।
  • ৫২৫ নং স্থানত অভিষেক গোস্বামী।
  • ৬৪৫ নং স্থানত তাপস বসুমতাৰী।.
  • ৬৫৬ নং স্থানত সৌৰভ শৰ্মা।
  • ৭০৮ নং স্থানত দীক্ষা লাংথাছা।

চাওক সৱিশেষ প্ৰাৰ্থীৰ তালিকা-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in