ইউপিএছচিৰ ফলাফল ঘোষণা, ১২ অসম সন্তানৰ কৃতিত্ব

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শুকুৰবাৰে ঘোষণা হ'ল ইউপিএছচিৰ চূড়ান্ত ফলাফল।
  • কনিষ্ক কাটাৰিয়াই লাভ কৰিলে শীৰ্ষস্থান।
  • দ্বিতীয় স্থানত অক্ষত জৈন।
  • তৃতীয় স্থানত জুনাইড আহমেদ।
  • চতুৰ্থ স্থানত শ্ৰেয়াংছ কুমাট।
  • পঞ্চম স্থানত শ্ৰুষ্টি জয়ন্ত দেশমুখ।
  • ষষ্ঠ স্থানত শুভম গুপ্তা।
  • সপ্তম স্থানত কৰ্ণাতি বৰুণ ৰেড্ডী।
  • অষ্টম স্থানত বৈশালী সিং।
  • নৱম স্থানত গুঞ্জন দ্বিবেদী।
  • দশম স্থানত তন্ময় বশিষ্ট শৰ্মা।
  • অসমৰ ১২ গৰাকী প্ৰাৰ্থীয়ে সম্পূৰ্ণ কৰিলে ইউপিএছচি।
  • ১০৩ নং স্থানত মৃগাংক শেখৰ পাঠক।
  • ১৩০ নং স্থানত ৰঞ্জিতা শৰ্মা।
  • ১৪৫ নং স্থানত নমিতা শৰ্মা।
  • ১৬৬নং স্থানত দীপাংকৰ চৌধুৰী।
  • ১৭০ নং স্থানত গৰিমা শৰ্মা।
  • ২০০ নং স্থানত ঋষভা গাৰ্গ।
  • ২৮৭ নং স্থানত আৰণ্যক শইকীয়া।
  • ৪২৯ নং স্থানত ফৌৰমান ব্ৰহ্ম।
  • ৫২৫ নং স্থানত অভিষেক গোস্বামী।
  • ৬৪৫ নং স্থানত তাপস বসুমতাৰী।.
  • ৬৫৬ নং স্থানত সৌৰভ শৰ্মা।
  • ৭০৮ নং স্থানত দীক্ষা লাংথাছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in