শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

UPPLৰ কাক মন্ত্ৰীত্ব লাগিবঃ বড়োলেণ্ড গেষ্ট হাউচত গোপন বৈঠক…

  • দিল্লীৰ বৈঠকৰ সমান্তৰালকৈ বিজেপি মিত্ৰজোঁটৰ অংশীদাৰিত্ব হোৱা আন ৰাজনৈতিক দলবোৰো বহিছে গুৰুত্বপূৰ্ণ বৈঠকত।
  • গুৱাহাটী মহানগৰীত UPPLৰ গোপন বৈঠক।
  • নৱনিৰ্বাচিত UPPLৰ বিধায়কসকল মিলিত হয় খানাপাৰাস্থিতি বড়োলেণ্ড ৰাজ্যিক অতিথিশালাত।
  • নৱ নিৰ্বাচিত বিধায়ক লৰেন্স ইছলাৰী, গোবিন্দ বসুমতাৰীকে ধৰি UPPLৰ বিধায়কসকল উপস্থিত আছিল এই বৈঠকত।
  • এই বৈঠক আবছুৰ সভাপতি দ্বিপেন বড়ো।
  • কেইবাঘন্টাধৰি চলে এই শ্বাসৰূদ্ধধৰ বৈঠক।
  • বৈঠকত UPPLৰ পৰা কাক মন্ত্ৰীত্ব প্ৰদান কৰা হব তাক লৈ হয় আলোচনা।
  • অতিকমেও ৩জনক মন্ত্ৰীত্ব দিয়াৰ বাবে মিত্ৰজোঁটৰ ওচৰত দাবী উত্থাপন কৰা সিদ্ধান্ত লয় UPPLৰ নৱনিৰ্বাচিত বিধায়কসকলে।
  • অৱশ্যে এই বৈঠকত উপস্থিত নাছিল প্ৰমোদ বড়ো।
  • অতি গোপনে অনুষ্ঠিত কৰে এই বৈঠক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি