UPPLৰ কাক মন্ত্ৰীত্ব লাগিবঃ বড়োলেণ্ড গেষ্ট হাউচত গোপন বৈঠক…

UPPLৰ কাক মন্ত্ৰীত্ব লাগিবঃ বড়োলেণ্ড গেষ্ট হাউচত গোপন বৈঠক…
  • দিল্লীৰ বৈঠকৰ সমান্তৰালকৈ বিজেপি মিত্ৰজোঁটৰ অংশীদাৰিত্ব হোৱা আন ৰাজনৈতিক দলবোৰো বহিছে গুৰুত্বপূৰ্ণ বৈঠকত।
  • গুৱাহাটী মহানগৰীত UPPLৰ গোপন বৈঠক।
  • নৱনিৰ্বাচিত UPPLৰ বিধায়কসকল মিলিত হয় খানাপাৰাস্থিতি বড়োলেণ্ড ৰাজ্যিক অতিথিশালাত।
  • নৱ নিৰ্বাচিত বিধায়ক লৰেন্স ইছলাৰী, গোবিন্দ বসুমতাৰীকে ধৰি UPPLৰ বিধায়কসকল উপস্থিত আছিল এই বৈঠকত।
  • এই বৈঠক আবছুৰ সভাপতি দ্বিপেন বড়ো।
  • কেইবাঘন্টাধৰি চলে এই শ্বাসৰূদ্ধধৰ বৈঠক।
  • বৈঠকত UPPLৰ পৰা কাক মন্ত্ৰীত্ব প্ৰদান কৰা হব তাক লৈ হয় আলোচনা।
  • অতিকমেও ৩জনক মন্ত্ৰীত্ব দিয়াৰ বাবে মিত্ৰজোঁটৰ ওচৰত দাবী উত্থাপন কৰা সিদ্ধান্ত লয় UPPLৰ নৱনিৰ্বাচিত বিধায়কসকলে।
  • অৱশ্যে এই বৈঠকত উপস্থিত নাছিল প্ৰমোদ বড়ো।
  • অতি গোপনে অনুষ্ঠিত কৰে এই বৈঠক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in