শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

হাগ্ৰামাক এৰি প্ৰমোদ বড়োৰ সংগ ল’লে দুই পাৰিষদে…

1,199
  • বিপিএফৰ দুগৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে যোগদান কৰিলে UPPLত।
  • তেওঁলোক হৈছে অমৰ বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী।
  • প্ৰমো বড়োৱে ফটো সহ ছচিয়েল মিডিয়াযোগে সদৰি কৰিলে এই খবৰ।
  • ইফালে আন দুগৰাকী বি পি এফৰ পাৰিষদেও UPPLত যোগদান কৰিব বুলি চৰ্চা চলিছে।
  • তেওঁলোক হৈছে প্ৰভাত বসুমতাৰী আৰু দৰঙাজুলি সমষ্টিৰ বিপিএফৰ MCLA বিজিত গৌৰা নাৰ্জাৰী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি