হাগ্ৰামাক এৰি প্ৰমোদ বড়োৰ সংগ ল’লে দুই পাৰিষদে…

হাগ্ৰামাক এৰি প্ৰমোদ বড়োৰ সংগ ল’লে দুই পাৰিষদে…
  • বিপিএফৰ দুগৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে যোগদান কৰিলে UPPLত।
  • তেওঁলোক হৈছে অমৰ বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী।
  • প্ৰমো বড়োৱে ফটো সহ ছচিয়েল মিডিয়াযোগে সদৰি কৰিলে এই খবৰ।
  • ইফালে আন দুগৰাকী বি পি এফৰ পাৰিষদেও UPPLত যোগদান কৰিব বুলি চৰ্চা চলিছে।
  • তেওঁলোক হৈছে প্ৰভাত বসুমতাৰী আৰু দৰঙাজুলি সমষ্টিৰ বিপিএফৰ MCLA বিজিত গৌৰা নাৰ্জাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in